জিলিকা পাখিৰে

অ’ সোণ ম’ৰা চৰাই

ৰঙা সেউজীয়া

তৰা ফুটুকীয়া

তোৰে গাত সবাতে

অ’ সোণ ম’ৰা চৰাই

জুৰিটিৰ পাৰতে

নাচ ঠেও ধৰি

তোৰ মৰমতে মৰোঁ

অ’ সোণ ম’ৰা চৰাই ।।